ষড়যন্ত্ৰষড়যন্ত্ৰকাৰী

ষড়যন্ত্ৰ কৰ্ (Assamese) [ Roman: xo.ro.jon.tro kor]
Contributed by: ৰূপকমল on 2007-03-29
1. (Verb-Intran.) to plot or make plans together to do something bad or illegal কোনো অসৎ বা অন্যায় কাম কৰিবলৈ কাৰোবাৰ সৈতে গোপনে পৰিকল্পনা কৰ্

Contributed by: Partha P Sarmah on 2007-03-29
2. (Verb-Trans.) to conspire to do something bad or cause harm to somebody কাৰোবাৰ ক্ষতি কৰিবলৈ কৰা পৰিকল্পনা